কিছুমান জানিবলগীয়া কথা | Assamese Quotes

১. UNITED NATIONS ORGANISATION ৰ মতে বিশ্বৰ ৯৭ শতাংশ ভাষা পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সংস্কৃত ভাষাৰ লগত জড়িত। 
২. Computer algorithms ৰ ধাৰণা সংস্কৃতভাষাৰ পৰাই অনা হৈছে।
৩. NASA ৰ মতে পৃথিৱীত কোৱা সকলোভাষাতকৈ স্পষ্ট আৰু পৰিশোধিত ভাষাই হ'ল সংস্কৃত।
৪.  ইতিমধ্যে NASA ই সংস্কৃত ভাষাৰ ৬০ হাজাৰ পাণ্ডুলিপিৰ ওপৰত গৱেষণা কৰি আছে।
৫. NASA ৰ মতে কম্পিউটাৰৰ ষষ্ঠ আৰু সপ্তম সংস্কৰণ বা প্ৰজন্ম সংস্কৃত ভাষাৰ ওপৰত আধাৰিত হ'ব।
 ৬. লণ্ডন আৰু আয়াৰলেণ্ডৰ বহু বিদ্যালয়ত সংস্কৃতভাষা বাধ্যতামূলক।
৭. বিশ্বৰ সকলো ভাষাৰ শব্দকোষতকৈ সংস্কৃত ভাষাৰ শব্দকোষত বহুগুণ বেছি শব্দ পোৱা যায়।
৮ সংস্কৃত ভাষাৰ শব্দকোষত ১০২ আৰৱ ৭৮ কৌটি ৫০ হাজাৰ শব্দ পোৱা যায়। আন কোনো ভাষাৰ শব্দকোষত ইমান শব্দ পোৱা নাযায়।
৯. বিশ্বব্ৰহ্মাণ্ডৰ ১০৮ টা ধ্বণি সংস্কৃত বৰ্ণমালাৰ আধাৰত সৃষ্টি হৈছে।
১০. সংস্কৃত ভাষাৰ বাক্যক যিকোনো প্ৰকাৰে লিখিলেও নিহিত অৰ্থ একেই থাকে।।

সংগ্ৰহ।

Post a Comment

0 Comments