জীৱনত পাঁচটা অভ্যাস ত্যাগ কৰা উচিত

১. আনৰ দয়া কামনা কৰা ।

২. পৰিৱৰ্তনক ভয় কৰা ।

৩. অতীতত ডুব গৈ থকা ।

৪. নিজকে সৰু বুলি হীনমন্যতাত ভোগা ।

৫. অতিৰিক্ত চিন্তা কৰা ।


Post a Comment

0 Comments