উত্তৰ : শ্বেক্সপীয়েৰ।
০২) প্ৰশ্ন : ইটালীৰ মহাকবি ডাণ্টেই ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ : দ্য ডিভাইন কমেডি।
০৩) প্ৰশ্ন : ভগৱৎ গীতা কোনে প্ৰথমে ইংৰাজলৈ অনুবাদ কৰে?
উত্তৰ : চালৰ্চ উইলকিন্চে।
০৪) প্ৰশ্ন : বিখ্যাত চিত্ৰ শিল্পী পল গঁগাৰ জীৱনৰ আধাৰত ৰচিত ইংৰাজী উপন্যাসখনৰ নাম কি আৰু লেখক কোন?
উত্তৰ : “দ্য মুন এণ্ড দ্য চিক্স পেন্স”। লেখক – উইলিয়াম চমাৰচেট মম।
০৫) প্ৰশ্ন : ৰোমান কবি ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ : ঈনীড।
০৬) প্ৰশ্ন : ইংলেণজ্ঞৰ সৰ্বশ্ৰেষ্ঠ কবি কোন?
উত্তৰ : উইলিয়াম শ্বেক্সপীয়েৰ।
০৭) প্ৰশ্ন : ‘দাস কেপিটেল’ কাৰ অমৰ সৃষ্টি?
উত্তৰ : কালৰ্মাক্সৰ।
০৮) প্ৰশ্ন : কোন দুখন গ্ৰন্থৰ ৰচনাৰ বাবে হোমাৰ চিৰস্মৰণীয়?
উত্তৰ : ইলিয়াদ আৰু ওডিচি।
০৯) প্ৰশ্ন : বিশ্বত সৰ্বপ্ৰথম কোনে অত্মজীৱনী লিখে?
উত্তৰ : চেণ্ট আগাষ্টিনে।
১০) প্ৰশ্ন : ওমৰ খায়াম কোন?
উত্তৰ : “ৰুবায়ত” নামৰ পাৰ্চী ভাষাৰ বিখ্যাত কাব্য গ্ৰন্থৰ ৰচয়িতা।
১১) প্ৰশ্ন : সপোনত ৰচিত বুলি কোন ইংৰাজী কবিতা বিশ্ববিখ্যাত?
উত্তৰ : কলেৰিজ ৰচিত “কুবলাই খান”।
১২) প্ৰশ্ন : ‘হেৰি পটাৰ’ৰ চৰিত্ৰ সৃষ্টি কৰি পঢ়ুৱৈৰ মাজত আলোড়ন সৃষ্টি কৰা গ্ৰন্থকাৰৰ নাম কি?
উত্তৰ : জে, কে, ৰাউলিং।
0 Comments