ফিটকীৰীৰ আমি নজনা কেইটামান অদ্ভূত গুণ

1 . টনছিল হলে ফিটকীৰী পানীত মিহলাই কুলি কুলি কৰিলে  ভাল পায় আৰু ফুলা কমি যায় ।

2 . মহিলাসকলৰ  বগাশ্ৰাৱৰ সমস্যা থাকিলে  আধা গ্ৰাম ফিটকীৰি এটা কলৰ ভিতৰত ভৰাই থৈ ৰাতিপুৱা খাব । এনেকৈ 7 দিন খালে সম্পূৰ্ণ সুস্থহৈ উঠে ।।

3 . গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা veginal infection ৰ বাবে ফিটকীৰি মিহলোৱা পানীৰে দিনত 3 বাৰ ধুলে  ভাল হয় । 

4.  যিকোনো কটা চিঙাত তেজ নৰোৱা হলে ফিটকীৰি লগালে তেজ ওলোৱা বন্ধ হয় ।

5.  শিশুৰ কাপোৰ ধুৱাৰ সময়ত ডেটলৰ সলনি ফিটকীৰি ব্যৱহাৰ কৰিলে 1000 গুণ ভাল ফল পাব ।। ডেটলৰ দাম  600 টকা লিটাৰ ।

10 টকাৰ ফিত্কীৰীৰে 100 লিটাৰ ডেটল বনাব পাৰিব ।। 

গতিকে ডেটল বন্ধ কৰি  আজিয়েই ফিটকীৰি আনক । 

6.  দাঁতৰ পোকে খালে বা দাঁত বিষালে ফিটকীৰি পানীত মিহলাই সেই পানী তুলাৰে দাঁতত লগালে বিষ নোহোৱা হয় আৰু infection নহয় ।

7. শৰীৰৰ ভিতৰত হোৱা আঘাতৰ বাবেও যদি তেজ ওলাই থাকে , তেন্তে ফিটকীৰী পানীত মিহলাই খাব পাৰে ।

8.  তাল মিস্তৃ 20 গ্ৰাম আৰু ফিটকীৰি 10 গ্ৰাম লৈ ভালকৈ গুড়ি কৰি থৈ দি দৈনিক আধা গ্ৰাম কৰি খালে হাপানী ৰোগৰ পৰা উপশম পাব পাৰি ।
9.  অকণী হলে 1 লিটাৰ পানীত 10 গ্ৰাম ফিটকীৰি মিহলাই মূৰ ধুলে অকণী মৰি যায় ।

10 . গোটেই গা খুজাই থাকিলে ফিটকীৰি পানীৰে গা ধুলে খোজোৱা বন্ধ হয় ।।।

11. বজাৰৰ চেনিটাইজাৰে আপোনাৰ চালৰ বিভিন্ন মাৰাত্মক ৰোগ কৰিব পাৰে ।  50 গ্ৰাম ফিটকীৰী 2 লিটাৰ পানীত মিহলাই সেইখিনি পানী বটলত ভৰাই থওঁক আৰু sanitizer ৰ সলনি ইয়াৰ ব্যৱহাৰ কৰক ।

Post a Comment

0 Comments