Assamese Quotes

যেতিয়া সৰু আছিলো , যৌৱন এটা সপোন আছিল ...
যেতিয়া যৌৱনত ভৰি দিলো , লৰালি কাল বহু দূৰৈত থাকিল ... !! _________________________
যেতিয়া ঘৰত আছিলো , স্বাধীনতা ভাল লাগিছিল ...
আজি স্বাধীন হয় ,  কিন্তু সোনকালে ঘৰলৈ যাব বিচাৰো ... !!
____________________________
কেতিয়াবা হোটেলৰ পিজা ,বাৰ্গাৰ খাবলৈ ভাল পাইছিলো ....
আজি ঘৰলৈ আহি ভাত খাবলৈ ভাল পাওঁ বেছিকৈ ... !!!
____________________________
স্কুলত যাৰ লগত কাজিয়া কৰিছিলো , 
আজি ইন্টাৰনেটত সিহঁতক বিচাৰি ফুৰোঁ ... !!
____________________________
সুখ কাক কৈ এতিয়া ভালকৈ বুজি পালো ... 
সৰু কাল কাক কৈ এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ !!... 
____________________________
যদি জীৱনৰ কিছু বছৰ সলনি কৰিব পাৰিলো হয় ..
যদি জীৱনটো আকৌ এবাৰ আৰম্ভণি কৰিব পাৰিলো হয়...!!
____________________________

👘 যেতিয়া আমি নিজৰ চাৰ্টৰ ভিতৰতে হাত দুখন লুকুৱাই বেলেগক কৈ ফুৰিছিলো চোৱা যাদু কৰি হাত নাইকিয়া কৰিলো 
|🌀🌀

👻 যেতিয়া আমি দুৱাৰৰ পাছত লুকাই কাৰোবাক ভয় খুৱাইছিলো ..।👥
____________________________
👀 যেতিয়া চকু বন্ধ কৰি অভিনয় কৰিছিলো যাতে কোনোবাই আমাক বিচনাত ডাঙি নি শুৱাই দিয়ে ।
____________________________
🚲 ভাবিছিলো চন্দ্ৰটো কিয় আমাৰ চাইকেলৰ পাছে পাছে আহিছিল  |🌙🚲
____________________________

🍏🍎🍉🍑🍈 ফলৰ গুটি এই কাৰণে নাখাওঁ যাতে পেটত গছ নগজে ।
____________________________
🍰🎂🍧🏆🎉🎁 জন্ম দিন এই কাৰণে পালন কৰো যাতে বহুত উপহাৰ পাওঁ । 

🎭  সচা কথা , সৰুতে ভাবিছিলো ডাঙৰ 
কিয় নহও?

আৰু এতিয়া ভাবো ডাঙৰ কিয় হলো ?⚡⚡
____________________________

স্বৰ্গীয় জগজিৎ সিং দেৱৰ এটা হিন্দী  গানৰ দুটা লাইন পঢ়া চোন 
🎒🎐য়ে দৌলত ভি লে লো ....য়ে ছোহৰত ভি লে লো💕

ভলে চিন লো মুজছে মেৰি জাৱানি ...

মগৰ মুজকো লোতা দো বচপন কা সাৱন....☔

ৱো কাগজ কি কস্তী বো বাৰিষ কা পানী.. 


Post a Comment

0 Comments